নিউজ ডেস্ক,12 অক্টোবৰ: ৰাঁচীৰ অসামৰিক আদালতে অভিনেত্ৰী অমিষা পেটেলৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে ৷ উল্লেখ্য যে, ৰাঁচীৰ ছবি নিৰ্মাতা অজয় কুমাৰে অমিষা পেটেল আৰু তেওঁৰ ব্যাৱসায় সহযোগী প্ৰৱঞ্চনা আৰু ভাবুকি দিয়া বুলি গোচৰ দিছিল ৷
অভিনেত্ৰী অমিষা পেটেললৈ ৰাঁচীৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা - Arrest warrant against actress Amisha Patel from Ranchi court
একালৰ মোহময়ী তাৰকাৰ জীৱনলৈ বিপদ ৷

অভিনেত্ৰী অমিষা পেটেললৈ গ্ৰেপ্তাৰী পৰোৱানা
জানিব পৰা মতে, ইতিমধ্যে ৰাঁচী আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰী পৰোৱানাসহ মুম্বাইলৈ ৰাওনা হৈছে ৷ ছবি নিৰ্মাতা অজয় কুমাৰ বৰ্তমান দিল্লীত থকা বুলি জানিব পৰা গৈছে ৷
TAGGED:
Amisha patel matter