নিউজ ডেস্ক, 18 জানুৱাৰী :এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সোমবাৰে দক্ষিণ কাশ্মীৰৰ কুপৱাডা জিলাত এজন শীৰ্ষ বিষয়াৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷
দক্ষিণ কাশ্মীৰত শীৰ্ষ বিষয়াৰ ৰহস্যজনক মৃত্যু - কুপৱাডা জিলা
দক্ষিণ কাশ্মীৰৰ কুপৱাডা জিলাত এজন শীৰ্ষ বিষয়াৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ ৷ কৰ্তব্যৰত অৱস্থাত তেওঁক মৃত অৱস্থাত পোৱা হৈছে ৷ ইতিমধ্যে, বিষয়া গৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য জানিৰ বাবে চি আৰ পি এফে তদন্ত আৰম্ভ কৰিছে ৷
![দক্ষিণ কাশ্মীৰত শীৰ্ষ বিষয়াৰ ৰহস্যজনক মৃত্যু Army officer found dead under mysterious circumstances in North Kashmir](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10290082-1094-10290082-1610982141413.jpg)
দক্ষিণ কাশ্মীৰত শীৰ্ষ বিষয়াৰ ৰহস্যজনক মৃত্যু
সূত্ৰই আকৌ প্ৰকাশ কৰা অনুসৰি, উদ্ধাৰ কৰা বিষয়া গৰাকী 6-JAK ৰাইফলছত কৰ্মৰত আছিল ৷ তেওঁৰ বসয় 29 বছৰ বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে ৷ কৰ্তব্যৰত অৱস্থাত তেওঁক মৃত অৱস্থাত পোৱা হৈছে ৷ ইতিমধ্যে, বিষয়া গৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য জানিবৰ বাবে চি আৰ পি এফে তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক :মদনপুৰ টোলগেটত কমলপুৰৰ ৰাজহ চক্ৰ বিষয়াক দুৰ্ব্যৱহাৰ কৰ্মচাৰীৰ