অসম

assam

ETV Bharat / bharat

শ্ৰীনগৰ-বাৰামুল্লা ৰাষ্ট্ৰীয় ঘাইপথত সেনাই নিস্ক্ৰিয় কৰিলে IED

মঙলবাৰে শ্ৰীনগৰ-বাৰামুল্লা ৰাষ্ট্ৰীয় ঘাইপথত সৈন্য বাহিনীয়ে নিস্ক্ৰিয় কৰে IED ৷ একে সময়তে পুঞ্চ জিলাৰ কৃষ্ণ ঘাটি ছেক্টৰত পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰে ৷

পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা
শ্ৰীনগৰ-বাৰামুল্লা ৰাষ্ট্ৰীয় ঘাইপথত সেনাই নিস্ক্ৰিয় কৰিলে IED

By

Published : Aug 4, 2020, 12:50 PM IST

নেশ্যনেল ডেস্ক, 4 আগষ্ট : মঙলবাৰে শ্ৰীনগৰ-বাৰামুল্লা ৰাষ্ট্ৰীয় ঘাইপথত সৈন্যবাহিনীয়ে নিস্ক্ৰিয় কৰে IED ৷ একে সময়তে পুঞ্চ জিলাৰ কৃষ্ণ ঘাটি ছেক্টৰত পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰে ৷

1 আগষ্টত জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানৰ ধাৰাষাৰ গুলীবৰ্ষণত এজন ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাইছিল ৷ ৰুহিন কুমাৰ নামৰ জোৱানজন গুলীবৰ্ষণত আঘাতপ্ৰাপ্ত হোৱাৰ পাচত চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱাইছিল ৷

শ্ৰীনগৰ-বাৰামুল্লা ৰাষ্ট্ৰীয় ঘাইপথত সেনাই নিস্ক্ৰিয় কৰিলে IED

যোৱা এটা মাহত বিভিন্ন সীমান্তৱৰ্তী অঞ্চলত পাকিস্তানে প্ৰতিদিনে প্ৰায় দুবাৰকৈ যুদ্ধ বিৰতি উলংঘা কৰি আহিছে ৷ 18 জুলাইত পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত তিনিজন নাগৰিকে প্ৰাণ হেৰুৱাইছিল ৷

10 জুলাইত ৰাজৌৰি জিলাৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰাৰ বাবে এজন জোৱানৰ মৃত্যু হৈছিল ৷

লগতে পঢ়ক :অযোধ্যাৰ ভূমি পূজনৰ বাবে সময় ধাৰ্য কৰা পুৰোহিতক ফোনযোগে ভাবুকি

ABOUT THE AUTHOR

...view details