নেশ্যনেল ডেস্ক, ৮ জুন: তামিল নাডুৰ মদুৰাইৰ ৰাজাজী চৰকাৰী হাস্পতালত সোমবাৰে ৪ জন অচিনাকি ব্যক্তিয়ে অস্ত্ৰসহ প্ৰৱেশ কৰি চিকিৎসাধীন হৈ থকা এজন ৰোগীক হত্যা কৰে ।
হাস্পতালত প্ৰৱেশ কৰি ৰোগীক হত্যা অস্ত্ৰধাৰী লোকৰ - তদন্ত অব্যাহত
তামিলনাডুৰ মদুৰাইৰ ৰাজাজী চৰকাৰী হাস্পতালত ৪ জন অচিনাকি ব্যক্তিয়ে প্ৰৱেশ কৰি চিকিৎসাধীন হৈ থকা এজন ৰোগীক হত্যা কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।
তামিল নাডুৰ হাস্পতালত অস্ত্ৰধাৰী লোকৰ প্ৰৱেশ, ৰোগীক হত্যা
ঘটনা সন্দৰ্ভত আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ।
লগতে পঢ়ক: দেশত বৃদ্ধি হৈছে ইন্ধনৰ মূল্য