নিউজ ডেস্ক, ১৩জুনঃঅন্ধপ্ৰদেশ আৰক্ষীয়ে শনিবাৰে প্ৰাক্তন তেলেগু দেশম পাটিৰ বিধায়ক জে চি প্ৰভাকৰ ৰেড্ডিক হায়দৰাবাদৰ পৰা গ্ৰপ্তাৰ কৰে অবৈধ ব্যবসায়ৰ লগত জৰিত থকাৰ অভিযোগত ।
তেলেগু দেশম দলৰ প্ৰাক্তন বিধায়ক গ্ৰেপ্তাৰ ভুৱা তথ্য দাখিলৰ অভিযোগত - আৰক্ষী গ্ৰেপ্তাৰ
তেলেগু দেশম দলৰ প্ৰাক্তন বিধায়ক আৰু এজন বিধায়কৰ পুত্রক আৰক্ষীয়ে শনিবাৰে হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰে জালিয়াটিৰ অভিযোগত।
তেলেগু দেশম দলৰ প্ৰাক্তন বিধায়ক গ্ৰেপ্তাৰ জালিয়াটিৰ অভিযোগত হায়দৰাবাদত
জানিব পৰা মতে, অনন্তপুৰ আৰক্ষীয়ে প্ৰাক্তন বিধায়কৰ পুুুত্র জে চি অছমিথ ৰেড্ডিকো আৰক্ষীয়ে জিম্মাত ৷ দুয়োগৰাকীকে BSIIIআৰু BSIV বাহন পঞ্জীয়ন জালিয়াটিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ আৰক্ষীয়ে । আনহাতে অধিক তদন্তৰ পিছতে আৰু তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে সদৰি কৰে ।