নিউজ ডেস্ক, ৯ জুনঃ ভাৰতীয় ছবি নিৰ্মাতা সুজিত চিৰকাৰে বিট্ৰেইৰ ব্ৰিষ্টেলত বৰ্ণবৈষম্যৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ এটি ভিডিঅ' প্ৰত্যক্ষ কৰে । ভিডিঅ' প্ৰত্যক্ষ কৰা পাচতে সুজিত চিৰকাৰে ১৯৮০ চনত গল্পকাৰ সত্যজিৎ ৰায়ৰ 'হিৰক ৰাজাৰ দেশে'ক স্মৰণ কৰে বুলি টুইটাৰযোগে সদৰী কৰে ।
সুজিত চিৰকাৰে সোমবাৰে টুইটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । য'ত ব্ৰিষ্টেলৰ বাসিন্দাসকলে ১৭ তম শতাব্দীৰ দাস ব্যৱসায়ীক এডৱাৰ্ড কালস্টোনৰ কাছৰ দ্বাৰা নিৰ্মাণ কৰা এটি মূৰ্তিক অপমান কৰি পূৰ্বৰ পৰা চলি অহা বৰ্ণবৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।