অসম

assam

ETV Bharat / bharat

চন্দ্ৰবাবু নাইডুক গৃহবন্দীঃ উত্তপ্ত অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতি - ৰাজনৈতিক হিংসা

বৃহস্পতিবাৰে অন্ধ্ৰপ্ৰদেশৰ গৃহ বিভাগৰ নিৰ্দেশত গৃহবন্দী কৰা হয় ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টীৰ নেতা চন্দ্ৰবাবু নাইডুক ৷ তেলেগু দেশম পাৰ্টী আৰু ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টীৰ মাজত সংঘটিত ৰাজনৈতিক হিংসাক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্যখনৰ পৰিস্থিতি ৷ শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন স্থানত 144 ধাৰাৰ লগতে আৰক্ষী আইনৰ ধাৰা 30 জাৰি কৰিছে আৰক্ষীয়ে ৷ আনহাতে চন্দ্ৰবাবু নাইডুক গৃহবন্দী কৰাৰ পিচতে নাইডুৰ বাসগৃহৰ সন্মুখতে প্ৰতিবাদত বহে তেলেগু দেশম পাৰ্টীৰ নেতা-কৰ্মীসকল ৷ পৰিস্থিতি মোকাবিলা কৰিবলৈ বৃহৎ হাৰে নিয়োগ কৰা হৈছে আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰ দল ৷ ইতিমধ্যে আৰক্ষীয়ে বহুসংখ্যক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানেও পৰিস্থিতি শাম কটা নাই ৰাজ্যখনত ৷

উত্তপ্ত অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতি

By

Published : Sep 11, 2019, 6:56 PM IST

নিউজ ডেস্ক,11ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে অন্ধ্ৰপ্ৰদেশৰ গৃহ বিভাগৰ নিৰ্দেশত গৃহবন্দী কৰা হয় ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টীৰ নেতা চন্দ্ৰবাবু নাইডুক ৷ তেলেগু দেশম পাৰ্টী আৰু ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টীৰ মাজত সংঘটিত ৰাজনৈতিক হিংসাক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্যখনৰ পৰিস্থিতি ৷ শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন স্থানত 144 ধাৰাৰ লগতে আৰক্ষী আইনৰ ধাৰা 30 জাৰি কৰিছে আৰক্ষীয়ে ৷ আনহাতে চন্দ্ৰবাবু নাইডুক গৃহবন্দী কৰাৰ পিচতে নাইডুৰ বাসগৃহৰ সন্মুখতে প্ৰতিবাদত বহে তেলেগু দেশম পাৰ্টীৰ নেতা-কৰ্মীসকল ৷ পৰিস্থিতি মোকাবিলা কৰিবলৈ বৃহৎ হাৰে নিয়োগ কৰা হৈছে আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰ দল ৷ ইতিমধ্যে আৰক্ষীয়ে বহুসংখ্যক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানেও পৰিস্থিতি শাম কটা নাই ৰাজ্যখনত ৷ চাওক আমাৰ এই প্ৰতিবেদন ......

চন্দ্ৰবাবু নাইডুক গৃহবন্দীঃ উত্তপ্ত অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতি

ABOUT THE AUTHOR

...view details