অসম

assam

ETV Bharat / bharat

বৃদ্ধি পালে আমুল গাখীৰৰ মূল্য - আমুলৰ গ্ৰাহক

বিগত 3 বছৰত আমুলে দ্বিতীয় বাৰৰ বাবে গাখীৰৰ মূল্য বৃদ্ধি কৰিছে ৷

Amul Milk
আমুল গাখীৰ

By

Published : Dec 15, 2019, 12:01 PM IST

নিউজ ডেস্ক , 15 ডিচেম্বৰঃ আমুলৰ গ্ৰাহকৰ বাবে দুঃখবৰ ৷ 15 ডিচেম্বৰৰ পৰা প্ৰতি লিটাৰ আমুল গাখীৰত 2 টকাকৈ বৃদ্ধি পাইছে৷ তথ্য অনুসৰি বিগত 3 বছৰত আমুলে দ্বিতীয় বাৰৰ বাবে গাখীৰৰ মূল্য বৃদ্ধি কৰিছে ৷ বিগত বৰ্ষতকৈ এইবৰ্ষত পশু খাদ্যৰ মূল্য 8% বৃদ্ধি পোৱাৰ বাবে আমুলে গাখীৰৰ মূল্য বৃদ্ধি কৰা বুলি জানিব পৰা গৈছে ৷ 15 ডিচেম্বৰৰ পৰা গুজৰাট,দিল্লী,পশ্চিম বংগ,মুম্বাই আৰু মহাৰাষ্ট্ৰত আমুল গাখীৰৰ মূল্য বৃদ্ধি কৰা হ'ব ৷

আমুল গাখীৰ

ABOUT THE AUTHOR

...view details