অসম

assam

ETV Bharat / bharat

জৈবাঞ্চ সিঙৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ... - ভাৰত চীনা সেনাৰ যুদ্ধ আপডেট

জৈবাঞ্চ সিঙৰ সৈতে ইটিভি ভাৰতৰ নিউজ এডিটৰ নিশান্ত শৰ্মাৰ আছুতীয়া সাক্ষাৎকাৰ...

An exclusive interview with Jaibans Singh Etv bharat news
ভাৰত চীনা সেনাৰ যুদ্ধ

By

Published : Jun 16, 2020, 7:38 PM IST

নিউজ ডেস্ক,16 জুন: বিগত প্ৰায় পাঁচ সপ্তাহে গলৱান উপত্যকাৰ পৰিস্থিতিৰ ওপৰত তীব্ৰ নজৰ ৰাখিছিল ভাৰতীয় আৰু চীনা সৈন্যই ৷ ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰভানে দুয়ো পক্ষৰ সেনাই উপত্যকাটোৰ পৰাই বিভেদ আৰম্ভ কৰাৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰে ৷

শেহতীয়াকৈ সোমবাৰে পূৱ লাডাখৰ গলৱান উপত্যকাত সোমবাৰে নিশা চীনা সেনাই চলাইছিল এক আক্ৰমণ ৷ সেই সন্দৰ্ভত জৈবাঞ্চ সিঙৰ সৈতে ইটিভি ভাৰতৰ নিউজ এডিটৰ নিশান্ত শৰ্মাৰ আছুতীয়া সাক্ষাৎকাৰ...

জৈবাঞ্চ সিঙৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ...

লগতে চাওকঃসীমান্তত বাজিছে ভাৰত-চীনৰ যুদ্ধৰ দামামা

ABOUT THE AUTHOR

...view details