2100 কৃষকৰ ঋণ পৰিশোধ কৰিলে মেগাষ্টাৰ অমিতাভ বচ্চনে - মহাৰাষ্ট্ৰৰ
বিহাৰৰ প্ৰায় দুহেজাৰৰ অধিক কৃষকৰ ঋণ পৰিশোধ কৰিবলৈ সহায় কৰে ৷ তেওঁ পুত্ৰ অভিষেক আৰু তনয়া শ্বেতাৰ হাতত এই ধন কৃষকসকললৈ আগবঢ়াই ৷ ইয়াৰ পূৰ্বেও অভিনেতাজনে উত্তৰ প্ৰদেশৰ 1398 আৰু মহাৰাষ্ট্ৰৰৰ 350 গৰাকী কৃষকৰ ঋণ পৰিশোধ কৰিবলৈ সহায় কৰে ৷

2100 কৃষকৰ ঋণ পৰিশোধ কৰিলে মেগাষ্টাৰ অমিতাভ বচ্চনে
মুম্বাই, 12 জুন: বুধবাৰে মেগাষ্টাৰ অমিতাভ বচ্চনে তেওঁৰ ব্লগ যোগে প্ৰকাশ কৰে যে তেওঁ বিহাৰৰ প্ৰায় দুহেজাৰৰ অধিক কৃষকৰ ঋণ পৰিশোধ কৰিবলৈ সহায় কৰে ৷ তেওঁ পুত্ৰ অভিষেক আৰু তনয়া শ্বেতাৰ হাতত এই ধন কৃষকসকললৈ আগবঢ়াই ৷ ইয়াৰ পূৰ্বেও অভিনেতাজনে উত্তৰ প্ৰদেশৰ 1398 আৰু মহাৰাষ্ট্ৰৰৰ 350 গৰাকী কৃষকৰ ঋণ পৰিশোধ কৰিবলৈ সহায় কৰে ৷ অভিনেতাগৰাকীয়ে লগতে জনাই যে তেওঁ ইয়াৰ পিচত জনকলৈ গৈ পুলৱামাত শ্বহীদ হোৱা জোৱানসকলৰ ঘৰলৈ গৈ তেওঁলোকৰ পৰিয়াললৈ কিছু পৰিমাণে বিত্তীয় সাহায্য আগবঢ়াব বুলি ঘোষণা কৰে ৷