নিউজ ডেস্ক, 30 নৱেম্বৰঃ শনিবাৰে গৃহ মন্ত্ৰী অমিত শ্বাহে মেঘালয়, নাগালেণ্ড, অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধি সকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ ইয়াৰোপৰিও ছাত্ৰ সংগঠনৰ প্ৰতিনিধি আৰু নাগৰিক সমাজৰ সদস্যকো সাক্ষাৎ কৰে গৃহ মন্ত্ৰী মন্ত্ৰী গৰাকীয়ে ৷
শ্বাহে বৈঠকত উপস্থিত থকা ৰাজ্যৰ প্ৰতিনিধি সকলক কেবৰ ওপৰত সমৰ্থন জনাবলৈও আহ্বান জনায় ৷ তথ্য অনুসৰি, কেন্দ্ৰীয় চৰকাৰে আগন্তুক সপ্তাহত সংসদত এই বিলখন উত্থাপন কৰিবলৈ প্ৰস্তুতি চলাই আছে ৷