নেশ্যনেল ডেস্ক, 7 অক্টোবৰ:আম্বানী পৰিয়ালে উত্তৰাখণ্ডৰ চাৰধাম দেৱস্থানম বোৰ্ডক 5 কোটি টকা দান কৰে ৷ যাতে তেওঁলোকে COVID-19 মহামাৰীৰ বাবে হোৱা লক ডাউন সৃষ্ট বিত্তীয় লোকচানৰ সৈতে মোকাবিলা কৰিবলৈ সহায় লাভ কৰে ৷
বোৰ্ডৰ মিডিয়া ছেলৰ মুখ্য কাৰ্যবাহী বিষয়া বি.ডি সিঙৰ অনুৰোধত ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে বুধবাৰে প্ৰদান কৰে সেই সহায় ৷