অসম

assam

By

Published : Apr 23, 2019, 9:19 PM IST

ETV Bharat / bharat

ভোটাৰৰ হৈ প্ৰিজাইডিং বিষয়াই ভোট দিয়াৰ অভিযোগ

ভোটাৰে ভোট দিয়াৰ সময়তে বিকল হয় ই ভি এমত থকা পদুম ফুলৰ বুটাম ৷ ইয়াৰ পাচতে ভোটাৰে অভিযোগ দিয়ে প্ৰিজাইডিং বিষয়াগৰাকীক ৷ প্ৰিজাইডিং বিষয়া সত্যজিৎ ভট্টাচাৰ্য্যই ভোটাৰ গৰাকীৰ হৈ চি পি আই এমত ভোট দিয়াৰ অভিযোগ  ৷

ভোটাৰৰ হৈ প্ৰিজাইডিং বিষয়াই ভোট দিয়াৰ অভিযোগ


ত্ৰিপুৰা , 23 এপ্ৰিল : ত্ৰিপুৰাত প্ৰিজাইডিং বিষয়াই দিলে ভোটাৰৰ ভোট৷যুৱৰাজ নগৰ বিধানসভাৰ 5 নম্বৰ বুথ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ভোটাৰৰ হৈ প্ৰিজাইডিং বিষয়াই ভোট দিয়াৰ অভিযোগ


ঘটনা অনুসৰি ভোটাৰে ভোট দিয়াৰ সময়তে বিকল হয় ই ভি এমত থকা পদুম ফুলৰ বুটাম ৷ ইয়াৰ পাচতে ভোটাৰে অভিযোগ দিয়ে প্ৰিজাইডিং বিষয়াগৰাকীক ৷ প্ৰিজাইডিং বিষয়া সত্যজিৎ ভট্টাচাৰ্য্যই ভোটাৰ গৰাকীৰ হৈ চি পি আই এমত ভোট দিয়াৰ অভিযোগ উত্থাপন কৰে বিজেপি কৰ্মীয়ে ৷ বিজেপিৰ প্ৰদেশ সাধাৰণ সম্পাদক যাদৱ লাল নাথে অভিযোগ কৰি নিৰ্বাচন আয়োগৰ কাষ চাপিব বুলি প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details