চন্দ্ৰযান-2 ৰ বাজেটঃ
- সৰ্বমুঠ ব্যয়- 978 কোটি টকা
- অভিযানৰ খৰচ- 603 কোটি টকা
- উৎক্ষেপণ খৰচ- 375 কোটি টকা
চন্দ্ৰযান-1ৰ ঘটনাক্ৰমঃ
- 1999: ভাৰতীয় বিজ্ঞান সমিতিৰ বৈঠকত চন্দ্ৰ অভিযানৰ সিদ্ধান্ত গ্ৰহণ
- 15 আগষ্ট, 2003ঃ ভাৰতৰ চন্দ্ৰ অভিযান সম্পৰ্কত প্ৰথমটো ঘোষণা তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ
চন্দ্ৰযান-2 অভিযানৰ ঘটনাক্ৰম - 22 অক্টোবৰ, 2008ঃ শ্ৰী হৰিকোটাৰ পৰা চন্দ্ৰযান-1 উৎক্ষেপণ
- 08 নৱেম্বৰ, 2008ঃ চন্দ্ৰযান-1 চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ
- 14 নৱেম্বৰ, 2008ঃ চন্দ্ৰৰ দক্ষিণ অঞ্চলত চন্দ্ৰৰ মহাকৰ্ষণিক প্ৰভাৱত পৰীক্ষণ ব্যাহত
- 28 আগষ্ট, 2009ঃ চন্দ্ৰযান-1 ৰ অভিযান সমাপ্ত
- 2007 চনঃ ৰাছিয়াৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ সৈতে চন্দ্ৰযান অভিযান-2 সম্পৰ্কত চুক্তিত স্বাক্ষৰ ইছৰোৰ
- 2011 চনঃ চন্দ্ৰযান-2 উৎক্ষেপণৰ বাবে ৰাছিয়াৰ অপাৰগতা প্ৰকাশ
- 2013 চনঃ ভাৰতে নিজা প্ৰচেষ্টাৰে চন্দ্ৰ অভিযান চলোৱাৰ সিদ্ধান্ত
- 22.07.2019ঃ চন্দ্ৰযান-2 উৎক্ষেপণ
- 02.09.2019ঃ চন্দ্ৰযান-2 চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ
- 07.09.2019ঃ চন্দ্ৰযান-2 ভূমিপৃষ্ঠত স্পৰ্শ কৰিব