অসম

assam

ETV Bharat / bharat

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীৰ ঘোষণা, 2019 পৰা ইলেক্ট্ৰিকেল মাধ্যমত চলিব ৰে'ল - traction

উৰাজাহাজৰ লেখিয়াকৈ যাত্ৰীয়ে পৰিষ্কাৰ পৰিৱেশত অহা যোৱা কৰিবলৈ পাব

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীৰ ঘোষণা সকলো ৰে'লেই হ'ব ইলেক্ট্ৰিকেল

By

Published : Mar 8, 2019, 1:56 PM IST

নিউজ ডেস্ক,8মাৰ্চঃ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীয়ুষ গোৱেলে সদৰি কৰে যে 2019 চনৰ পিছৰ পৰা সকলো ৰে'ল ইলেক্ট্ৰিকেল মাধ্যমত চলাচল কৰিব আৰু উন্নত প্ৰযুক্তিৰে পৰিষ্কাৰ পৰিৱেশত যাত্ৰী সকলে যাতায়াত কৰিব পাৰিব।

দেশৰ ৰাজধানী এক্সপ্ৰেছকে ধৰি সকলো মেইল এক্সপ্ৰেছত উৰাজাহাজৰ লেখিয়াকৈ যাত্ৰীয়ে পৰিষ্কাৰ পৰিৱেশত অহা যোৱা কৰিবলৈ পাব। কেন্দ্ৰীয় ৰে’ল বিভাগে জানিৱলৈ দিয়ে যে ইলেক্ট্ৰিক প্ৰযুক্তিয়ে যাত্ৰী সকলে কম সময়ৰ ভিতৰতে অহা যোৱা কৰিব পাৰিব আৰু কম খৰছ বহন কৰিব লগীয়া হ’ব ।

ABOUT THE AUTHOR

...view details