সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো দেশে দেখুৱাব লাগে শূণ্য সহনশীল নীতি - এয়াৰ ষ্ট্ৰাইক
চীনত অনুষ্ঠিত বৈঠকত এই মন্তব্য বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ
চীনত ভাৰত,ৰাছিয়া আৰু চীনৰ মাজত ষষ্ঠদশ বৈদেশিক মন্ত্ৰণালয়ৰ বৈঠক
নিউজ ডেস্ক,২৭জানুৱাৰীঃ ভাৰতে পাকিস্তানৰ ওপৰত কৰা এয়াৰ ষ্ট্ৰাইকৰ পাচতে সকলো দেশকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণৰ আহ্বান বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ । সন্ত্ৰাসবাদীয়ে পুলৱামাত সংঘটিত কৰা আক্ৰমণৰ পাচতে বুধবাৰে চীনত অনুষ্ঠিত ভাৰত,ৰাছিয়া আৰু চীনৰ বিদেশ মন্ত্ৰণালয়ৰ মাজত অনুষ্ঠিত ষষ্ঠদশ বৈদেশিক মন্ত্ৰণালয়ৰ বৈঠকত সকলো দেশকেএই পদক্ষেপ গ্ৰহণৰ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।