অসম

assam

By

Published : Oct 27, 2020, 2:19 PM IST

ETV Bharat / bharat

সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকাৰে মুম্বাইত হাই এলাৰ্ট জাৰি

বিত্তীয় ৰাজধানী মুম্বাইত উৎসৱৰ সময়ছোৱাত সন্ত্ৰাসবাদীৰ ড্ৰোণ বা ক্ষেপনাস্ত্ৰৰ আক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি, হাই এলাৰ্ট জাৰি কৰা হৈছে ৷

মুম্বাইত হাই এলাৰ্ট জাৰি
মুম্বাইত হাই এলাৰ্ট জাৰি

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ:উৎসৱৰ সময়ত সন্ত্ৰাসবাদীৰ সাম্ভাব্য আক্ৰমণৰ তথ্য লাভ কৰাৰ পাচতে, মুম্বাই চহৰত আৰক্ষীয়ে এক উচ্চ পৰ্যায়ৰ সতৰ্কতা অৱলম্বন কৰিছে ৷

সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকাৰে মুম্বাইত হাই এলাৰ্ট জাৰি

মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, চলিত উৎসৱৰ সময়ত মুম্বাইৰ জনবসতিপূৰ্ণ স্থানত ড্ৰোণ বা ক্ষেপনাস্ত্ৰৰে আক্ৰমণ হ'ব পাৰে বুলি এই সতৰ্কতা অৱলম্বন কৰিছে ৷ যাৰ বাবে আৰক্ষীয়ে ৰিম'টচালিত ড্ৰোণ, মাইক্ৰলাইট বিমানৰ সঞ্চালনত প্ৰতিবন্ধতা আৰোপ কৰিছে ৷

মুম্বাই আৰক্ষীয়ে সেই হিংসাত্মক পৰিযোজনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই নিৰ্দেশনা অক্টোবৰৰ 30 ৰ পৰা 28 নৱেম্বৰলৈ জাৰি থাকিব ৷

লগতে পঢ়ক:অৱশেষত যুদ্ধবিৰতিলৈ অহাৰ সিদ্ধান্ত আৰ্মেনিয়া আৰু আজাৰবেইজানৰ

ABOUT THE AUTHOR

...view details