অসম

assam

ETV Bharat / bharat

চি আৰ পি এফৰ ৰেইজিং ডে'ত ভাগ ল'ব অজিত ডোভালে

অনুষ্ঠানত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত বীৰ সেনা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৷ শ্বহীদ জোৱনসকলক সন্মান জনাই অনুষ্ঠানটোত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন নকৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

etv bharat

By

Published : Mar 15, 2019, 6:39 AM IST

দিল্লী, 15 মাৰ্চ: চি আৰ পি এফৰ 80সংখ্যকৰেইজিং ডে'তমুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৷ 19 মাৰ্চত গুৰুগ্ৰামৰ সেনা কেন্দ্ৰত আয়োজনা কৰা হৈছেচি আৰ পি এফৰ এই অনুষ্ঠান৷ অনুষ্ঠানত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত বীৰ সেনা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৷ বীৰ শ্বহীদ জোৱনসকলক সন্মান জনাই অনুষ্ঠানটোত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন নকৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

উল্লেখ্য যে এটা অশোক চক্ৰ, এটা বীৰ চক্ৰ, পাঁচটা কীৰ্তি চক্ৰ আৰু 24টা শৌৰ্য্য চক্ৰৰ লগতে মুঠ এহেজাৰ আঠশ পঁচিশটা যুদ্ধ স্মাৰকেৰে সজোৱা হ'ব এইঅনুষ্ঠানটো ৷

ABOUT THE AUTHOR

...view details