অসম

assam

নৌসেনা দিৱসৰ পূৰ্বে বিশাখাপট্টনমত নৌ-বাহিনীৰ অনুশীলন

By

Published : Dec 3, 2019, 1:29 PM IST

নৌসেনা দিৱসৰ পূৰ্বে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে ভাৰতীয় নৌসেনা বিভাগে ৷ প্ৰতি বছৰে 4 ডিচেম্বৰৰ দিনা নৌসেনা দিৱস উদযাপন কৰা হয় ৷

নৌসেনা দিৱস
বিশাখাপট্টনমত নৌ-বাহিনীৰ অনুশীলন

নেশ্বনেল ডেস্ক, 3 ডিচেম্বৰ : নৌসেনা দিৱসৰ পূৰ্বে বিশাখাপট্টনমৰ আৰ. কে. সমুদ্ৰ তীৰত ভাৰতীয় নৌসেনাই অনুশীলনৰ আয়োজন কৰে ৷ নৌসেনা দিৱসৰ দিনা সাধাৰণ লোকক নৌসেনাৰ কাৰ্যকলাপসমূহৰ এক আভাষ দিবৰ বাবে এই অনুশীলন কৰা হয় ৷ ইয়াৰোপৰি, নৌসেনা বাহিনীয়ে সাগৰত কিদৰে প্ৰত্যাহ্বানৰ সন্মুখীন হয় তাৰ ওপৰতো সাধাৰণ লোকক আভাষ প্ৰদান কৰিব ৷

বিশাখাপট্টনমত নৌ-বাহিনীৰ অনুশীলন

উল্লেখ্য যে, প্ৰতি বছৰে 4 ডিচেম্বৰৰ দিনা নৌসেনা দিৱস উদযাপন কৰা হয় ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই. এছ. জগন মোহন ৰেড্ডী ৷

আৰু পঢ়ক : মুম্বাইত ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ মকড্ৰিল

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details