অসম

assam

ETV Bharat / bharat

ফণীৰ ধ্বংসলীলাৰ পাচতে বালুখাণ্ড-কৰ্ণাক অভয়াৰণ্যলৈ উভতিছে 4000 হৰিণ

ওড়িশাৰ পুৰীস্থিত বালুখাণ্ড-কৰ্ণাক অভয়াৰণ্যলৈ উভতিছে 4000 হৰিণ ৷ ওড়িশা চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰকাশ কৰা হৈছে তথ্য ৷

বালুখাণ্ড-কৰ্ণাক অভয়াৰণ্যলৈ উভতিছে 4000 হৰিণ

By

Published : May 17, 2019, 9:43 AM IST

নিউজ ডেস্ক, 17 মে' : সাগৰীয় ঘূৰ্ণী বতাহ ফণীৰ ধ্বংসলীলাত নিৰুদ্দেশ হোৱা প্ৰায় 4000 হৰিণক পুনৰ উভতি আহিছে ওড়িশাৰ পুৰীস্থিত বালুখাণ্ড-কৰ্ণাক অভয়াৰণ্যলৈ ৷ ওড়িশা চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা সচিব সঞ্জয় সিঙে প্ৰকাশ কৰা তথ্য অনুসৰি পুৰী জিলাত অৱস্থিত অভয়াৰণ্যখনলৈ উভতিবলৈ লৈছিল হৰিণসমূহ ৷

বালুখাণ্ড-কৰ্ণাক অভয়াৰণ্যলৈ উভতিছে 4000 হৰিণ
উল্লেখ্য যে, চলিত মাহৰ 3 মে'ত অহা সাগৰীয় ঘূৰ্ণী বতাহ ফণীৰ ফলত বিধ্বস্ত হৈছিল ৰাজ্যখন ৷

ABOUT THE AUTHOR

...view details