অসম

assam

ETV Bharat / bharat

ভাৰতক USD 1.5 বিলিয়ন ঋণ প্ৰদান এছিয়া বিকাশ বেংকৰ - কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবৰ বাবে ঋণ প্ৰদান

ভাৰতক USD 1.5 বিলিয়ন ঋণ প্ৰদান এছিয়া বিকাশ বেংকৰ ৷ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবৰ বাবে এই ঋণ প্ৰদান ৷

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ
ভাৰতক USD 1.5 বিলিয়ন ঋণ প্ৰদান এছিয়া বিকাশ বেংকৰ

By

Published : Apr 28, 2020, 6:51 PM IST

নেশ্য়নেল ডেস্ক, 28 এপ্ৰিল : মঙলবাৰে এছিয়ান বিকাশ বেংকে (ADB) কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে ভাৰতক 1.5 বিলিয়ন আমেৰিকান ডলাৰৰ ঋণ প্ৰদান কৰিছে ৷ ৰোগ নিৰাময় আৰু প্ৰতিৰোধ, দুখীয়া লোকক সুৰক্ষাৰ বাবে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ এই ঋণ ভাৰতক প্ৰদান কৰা হৈছে ৷

ADB ৰ অধ্যক্ষ মাছাটগুছু আশাকাৱাই মন্তব্য কৰে যে,ভাৰতীয় চৰকাৰক এই প্ৰত্যাহ্বানৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে এই ঋণ প্ৰদান কৰা হৈছে ৷ তেওঁ কয়, "ADB য়ে চৰকাৰ আৰু অন্য বিকাশমূলক সংগঠনসমূহৰ সমন্বয়ত বৃহৎ পেকেজৰ অধীনত ঋণ প্ৰদান কৰিছে ৷ ভাৰতৰ COVID-19 বিৰুদ্ধে যুঁজত সহায়ৰ হাত আগবঢ়াবৰ বাবে আমি দৃঢ় প্ৰতিজ্ঞ,বিশেষকৈ দুখীয়া আৰু অসুৰক্ষিত লোকসকল আমি সমৰ্থন আগবঢ়াব বিচাৰো ৷"

ABOUT THE AUTHOR

...view details