নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃভাৰতৰ গ্ৰেণ্ডমাষ্টাৰ অভিজিত গুপ্তাই দখল কৰিছে কাঁ আন্তৰাষ্ট্ৰীয় অ'পেন খিতাপ ।
অভিজিত গুপ্তাই দখল কৰিলে আন্তঃৰাষ্ট্ৰীয় অ'পেন খিতাপ - ETV BHARAT
৭.৫ পইন্ট দখলেৰে অভিজিতে দখল কৰিছে প্ৰথম আন্তৰাষ্ট্ৰীয় স্বতন্ত্ৰ খিতাপ

ABHIJEET GUPTA
উল্লেখ্য যে শৃংখলাত ৭.৫ পইন্ট দখলেৰে অভিজিতে টুৰ্ণামেণ্টত জয়ী হোৱাৰ লগতে এয়া তেওঁৰ প্ৰথম আন্তৰাষ্ট্ৰীয় স্বতন্ত্ৰ খিতাপ দখল ।
Last Updated : Feb 26, 2019, 4:38 PM IST