নতুন দিল্লীত জেডিইউৰ় নেতাৰ সৈতে আছু নেতা
নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰুদ্ধে নিজৰ স্থিতিত বাহল থাকিবলৈ অনুৰোধ জনাই জেডিইউক
নতুন দিল্লীত জে ডি ইউ নেতাৰ সৈতে আছু নেতা
নিউজ ডেস্ক,10 এপ্ৰিলঃ সদৌ অসম ছাত্ৰ সন্থাৰ নেতাসকল নতুন দিল্লীত মিলিত হয় জে ডি ইউৰ নেতাৰ সৈতে ৷ তেওঁলোকে জে ডি ইউৰ নেতা কে চি ত্যাগীৰ সৈতে মিলিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰাক লৈ নিজৰ স্থিতিত বাহাল থাকিবলৈ অনুৰোধ জনাই ৷ ইয়াৰ পূৰ্বেও জে ডি ইউ দলে এই বিধেয়কখনৰ বিৰোধিতা কৰে ৷