দিল্লী, 4 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মঙলবাৰে নিশা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি বৰ্গৰ সৈতে গৃহ মন্ত্ৰী অমিত শ্বাহ এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত আছুৰ বিষয়ববীয়া আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰে উত্তৰ পূৱৰ পৰস্থিতি সন্দৰ্ভত ৷ বৈঠকৰ পৰা ওলাই আহি সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ ঘোষণা, কেনো কাৰণত মানি লোৱা নহ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ অসমত হিন্দু বাংলাদেশীৰ ডাম্পি গ্ৰাউণ্ড কৰিবলৈ দিয়া নহ'ব ৷ আছুৱে স্পষ্টভাৱে কয় যে, অবৈধ বাংলাদেশীক সুৰক্ষা প্ৰদান কৰা কেব মানি নলয় ৷
কোনো কাৰণত মানি লোৱা নহ'ব নাগৰিকত্ব সংশোধনী বিধেয়কঃ আছু
নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰে হোৱা বৈঠকৰ পিচত আছুৰ ঘোষণা ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব ৷
কোনো কাৰণত মানি লোৱা নহ'ব নাগৰিকত্ব সংশোধনী বিধেয়কঃ আছু
Last Updated : Dec 4, 2019, 10:27 AM IST