নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰঃ 17 বছৰ বয়সত পৃথিৱীখনক বিদাই দি বহুতকে জীৱন দান দিছে সুৰভি বিন্দল নামৰ কিশোৰীগৰাকীয়ে ৷ 8 জনকৈ লোকক জীৱন দান দিও মৃত সুৰভি আজি সকলোৰে মাজত জীৱিত ৷ 8 জনকৈ লোকৰ মাজত অংগদান কৰা সুৰভিলৈ আন্তঃৰাষ্ট্ৰীয় বেটী দিৱসৰ শুভকামণা জনাই দিল্লী AIMS ত অনুষ্ঠিত কৰা "ৰাইট অৱ লাইফ" কেম্পেইনটো সুৰভিৰ নামত উছৰ্গা কৰে ৷
8 জনকৈ লোকক জীৱন দান দি আজিও জীৱিত মৃত সুৰভি - Surabhi bridal latest news
8 জনকৈ লোকৰ মাজত অংগদান কৰা সুৰভিলৈ আন্তঃৰাষ্ট্ৰীয় বেটী দিৱসৰ শুভকামণা জনাই দিল্লী AIMS ত অনুষ্ঠিত কৰা "ৰাইট অৱ লাইফ" কেম্পেইনটো সুৰভিৰ নামত উছৰ্গা কৰে ৷

নেশ্যনেল ডেস্ক
লগতে পঢ়কঃকি হ'ব 2021 ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলঃ কি কলে বিধায়ক ৰমাকান্ত দেউৰীয়ে ?
অতি তীক্ষ্ণ বুদ্ধিৰ তথা প্ৰতিভাশালী সুৰভিৰ পিতৃ-মাতৃয়ে কন্যাৰ অংগদান সিদ্ধান্তক সমৰ্থন কৰাৰ লগতে সকলোকে এই মহান কামটোৰ বাবে আগুৱাই আহিবলৈ আহ্বান জনাই ৷