নিউজ ডেস্ক, 6 জুলাইঃ নগৰাকীকৈ বিধায়কৰ পদত্যাগে কপাইছে কৰ্ণাটক ৰাজ্য ৷ কংগ্ৰেছ-জেডিএছৰ মিত্ৰজোঁটৰ পোন্ধৰ গৰাকীকৈ বিধায়কে শনিবাৰে পদত্যাগ কৰাৰ পিচতেই ৰাজ্যখনত একপ্ৰকাৰ ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে ৷
কৰ্ণাটকৰ ৰাজনীতিত ধুমুহাঃ কংগ্ৰেছ-জেডিএছ বিধায়কৰ পদত্যাগ - Karnataka government
কৰ্ণাটক শনিবাৰে পদত্যাগ কৰিছে ৰাজ্যখনৰ শাসনত থকা জেডিএছ আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰৰ নগৰাকীকৈ বিধায়কে ৷
কৰ্ণাটকৰ ৰাজনীতিত ধুমুহাঃ কংগ্ৰেছী বিধায়কৰ পদত্যাগ
পদত্যাগ কৰা বিধায়কসকল হৈছে, ৰামালিংগা ৰেড্ডী, সৌম্য ৰেড্ডী, শিৱৰাম হেব্বাৰ, বিচি পাটিল, প্ৰতাপ গৌড়া পাটিল, সুব্বা ৰেড্ডী, ৰমেশ জাৰকিহোলী, মহেশ কুমাতাল্লী, ৰোশন বেগ, মুনিৰত্না, ভৈৰাতী বচভৰাজু, এচটি সোমশেখৰ, বিশ্বনাথ, নাৰায়ন গৌড়া আৰু গোপালায়া ৷ ইতিমধ্যে আটাইকেইগৰাকী বিধায়কে নিজৰ নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিছে ৷
Last Updated : Jul 7, 2019, 7:22 PM IST