নেশ্যনেল ডেস্ক, 21 জুন : আজি দেশৰ লগতে সমগ্ৰ বিশ্বতে আয়োজন কৰা হৈছে ষষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ প্ৰতি বছৰৰ দৰে এই বছৰো 21 জুনৰ দিনা এই দিৱসৰ উদযাপন কৰা হৈছে ৷ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন জনায় ৷
ষষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস : দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ
আজি দেশৰ লগতে সমগ্ৰ বিশ্বতে আয়োজন কৰা হৈছে ষষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ প্ৰতি বছৰৰ দৰে এই বছৰো 21 জুনৰ দিনা এই দিৱসৰ উদযাপন কৰা হৈছে ৷
ষষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস
2020 বৰ্ষৰ যোগ দিৱসৰ বিষয়বস্তু হৈছে 'Yoga for Health-Yoga at Home' ৷ ভাৰতীয় ঐতিহ্য, স্বাস্থ্যকৰ জীৱন-ধাৰণৰ সৈতে যোগ ওতঃপ্ৰোতভাৱে জড়িত ৷ যোগৰ জৰিয়তে এজন ব্যক্তি সুস্থ আৰু সৱল শৰীৰ আৰু মনৰ অধিকাৰী হ'ব পাৰি বুলি বিশ্বাস কৰা হয় ৷
লগতে পঢ়ক : কোভিডৰ সময়ত যোগৰ মাধ্যমেৰে সুস্থ্য কৰি ৰাখক নিজকে