অসম

assam

By

Published : Jul 27, 2019, 9:58 AM IST

ETV Bharat / bharat

7.9 কিলোগ্ৰাম ওজনৰ ৰূপৰ মুদ্ৰা উদ্ধাৰ

7.9 কিলোগ্ৰাম ওজনৰ আৰু 698 বছৰীয়া পুৰণি ৰূপৰ মুদ্ৰা উদ্ধাৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ

7.9 কিলোগ্ৰাম ওজনৰ ৰূপৰ মুদ্ৰা উদ্ধাৰ

মোৰাদাবাদ ( উত্তৰ প্ৰদেশ ), 27 জুলাইঃ উত্তৰ প্ৰদেশ আৰক্ষীৰ হাতত 7.9 কিলোগ্ৰাম ওজনৰ ৰূপৰ মুদ্ৰা ৷ প্ৰায় 698 বছৰীয়া পুৰণি বুলি অনুমান কৰা এই মুদ্ৰা সমূহ উত্তৰ প্ৰদেশৰ গোলাম নবী নামৰ এজন শ্ৰমিকে ছিমলাত এটা পথ মেৰামতি কৰি থকা অৱস্থাত উদ্ধাৰ কৰি উত্তৰ প্ৰদেশ আৰক্ষীক গতাই দিয়ে ৷ উল্লেখযোগ্য যে, এই মুদ্ৰা সমূহত আৰৱীক শাসন তথা শিল্পকলাৰ নিদৰ্শন দেখিবলৈ পোৱা যায় যদিও কোনটো সময়ৰ হ'ব তাক সঠিককৈ অনুমান কৰিব পৰা হোৱা নাই ৷

ABOUT THE AUTHOR

...view details