অসম

assam

ETV Bharat / bharat

জাৱৰৰ দমত পৰিণত হোৱাৰ দিশে বিশ্বৰ সুউচ্চ শৃংগ ! - mount everest

এভাৰেষ্ট শৃংগৰ পৰা উদ্ধাৰ হ'ল 5000 কি.গ্ৰা: আৱৰ্জনা ৷

জাৱৰৰ দমত পৰিণত হোৱাৰ দিশে বিশ্বৰ সুউচ্ছ শৃংগ

By

Published : May 9, 2019, 9:03 AM IST

Updated : May 9, 2019, 12:05 PM IST

নিউজ ডেস্ক, 9 মে': প্ৰদূষণৰ প্ৰভাৱৰ পৰা সাৰি নগ'ল বিশ্বৰ সুউচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট ৷ এভাৰেষ্টৰ পৰা উদ্ধাৰ 5000 কিলোগ্ৰামকৈ আৱৰ্জনা ৷

জাৱৰৰ দমত পৰিণত হোৱাৰ দিশে বিশ্বৰ সুউচ্ছ শৃংগ

মাউণ্ট এভাৰেষ্ট পৰিষ্কৰণৰ বাবে নিয়োজিত এটা দলে বিগত 14 এপ্ৰিলৰ পৰা বৰ্তমানলৈ এভাৰেষ্টৰ বুকুৰ পৰা পৰিষ্কাৰ কৰি উলিয়াইছে 5000 কি.গ্ৰা আৱৰ্জনা ৷ নেপাল সেনাৰ সহযোগত দেশখনৰ দল এটা নিয়োজন কৰা হৈছিল এভাৰেষ্ট পৰিষ্কৰণৰ কামত ৷ আৱৰ্জনা উদ্ধাৰৰ বিষয়ে জানিবলৈ দিয়ে নেপালৰ পৰ্যটন বিভাগৰ পৰিচালন সঞ্চালক দাণ্ডু ৰাজ ঘিমিৰে ৷

জাৱৰৰ দমত পৰিণত হোৱাৰ দিশে বিশ্বৰ সুউচ্চ শৃংগ !
Last Updated : May 9, 2019, 12:05 PM IST

ABOUT THE AUTHOR

...view details