নিউজ ডেস্ক, 17 আগষ্ট : আফগানিস্তানত নিৰাপত্তাবাহিনীৰ গুলিত নিহত হৈছে পাঁচগৰাকী তালিবানী সন্ত্ৰাসবাদী ৷ আফগানিস্তানৰ সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দানগাম জিলাৰ কোনাৰত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় এটা তালিবানী সন্ত্ৰাসবাদীৰ দল ৷ সংঘৰ্ষত পাঁচজন সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে আহত হয় চাৰিজন ৷ এই সংঘৰ্ষত আহত হৈছে এজন সাধাৰণ নাগৰিকো ৷
আফগানিস্তানত পাঁচ তালিবানী সন্ত্ৰাসবাদী নিহত - তালিবানী সন্ত্ৰাসবাদী
আফগানিস্তানত নিৰাপত্তাবাহিনী আৰু তালিবানী সন্ত্ৰাসবাদীৰ সংঘৰ্ষ ৷ নিহত 5 সন্ত্ৰাসবাদী ৷
![আফগানিস্তানত পাঁচ তালিবানী সন্ত্ৰাসবাদী নিহত আফগানিস্তানত পাঁচ তালিবানী সন্ত্ৰাসবাদী নিহত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8445607-926-8445607-1597623949302.jpg)
আফগানিস্তানত পাঁচ তালিবানী সন্ত্ৰাসবাদী নিহত