উদ্যোগৰ আৱৰ্জনাই অশনি সংকেত কঢ়িয়াইছে কৃষিক্ষেত্ৰলৈ
কলিয়াবৰৰ নলতলিৰ আঁৰিমৰা উদ্যোগিক চৌহদস্থিত উদ্যোগসমূহে সৃষ্টি কৰিছে ভয়ংকৰ পৰিৱেশৰ ৷ উদ্যোগসমূহৰ পৰা বৰ্জিত বিষাক্ত পানী তথা নিৰ্গত বিষাক্ত গেছে বিনষ্ট কৰিছে সমীপৰ পথাৰৰ বিঘাই-বিঘাই কৃষি ভূমি ৷
ষ্টেট বেংকৰ ধূপধৰা শাখাত মহিলাৰ একাউন্টৰ পৰা ডেৰ লক্ষাধিক টকা হৰলুকি
গোৱালপাৰা জিলাৰ SBI বেংকত গ্ৰাহকৰ ধন হৰলুকি অজ্ঞাত লোকৰ ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ ৷ বেংক পাছবুক আপডেট কৰাৰ পিচতহে পোহৰলৈ আহে এই ঘটনা ৷
কংগনা ৰাণাৱটৰ সাহসক প্ৰশংসা অভিনেত্ৰী নিশিতা গোস্বামীৰ
"কংগনা ৰাণাৱট এগৰাকী শক্তিশালী নাৰী ৷ কংগনাই যিখিনি কথা কৈছে সেইয়া এগৰাকী সাহসী মহিলাইহে ক'ব পাৰিব ৷" বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হৈ এই মন্তব্য কৰে অভিনেত্ৰী নিশিতা গোস্বামীয়ে ৷
বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ নামঘৰ উদ্ধোধন
কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বিহালীত নামঘৰ উদ্বোধন ৷ দত্তৰ মন্তব্য নামঘৰ বা কীৰ্তন ঘৰৰ পৰাই মানুহৰ মাজত ভাতৃত্ব বোধ মৰম স্নেহেৰে সংস্কাৰ হৈ এখন সুন্দৰ সমাজ গঢ়ি উঠে ৷
শুকুৰবাৰলৈ স্থগিত ৰখা হৈছে ৰিয়া চক্ৰৱৰ্তীৰ শুনানি
মুম্বাইৰ এখন বিশেষ আদালতত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ জামিনৰ বাবে আবেদন কৰা হৈছে ৷ ড্ৰাগছ সম্পৰ্কীয় সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছিল ভাতৃসহ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক ৷
ৰঘুবংশ প্ৰসাদ সিঙৰ দলৰ পৰা পদত্যাগ
ৰাষ্ট্ৰীয় জনতা দলৰ জ্যেষ্ঠ নেতা ৰঘুবংশ প্ৰসাদ সিঙৰ দ'লৰ পৰা পদত্যাগ ৷ বিহাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত্তত নেতাজনে লোৱা এই সিদ্ধান্তৰ ফলত দ'লটো চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ৷
সশস্ত্ৰ সীমা বলৰ উদ্যোগত আত্মহত্যা প্ৰতিৰোধ দিৱস পালন
কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ অন্যতম তথা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তাত নিয়োজিত সশস্ত্ৰ সীমা বলৰ উদ্যোগত বাক্সাৰ খৈৰাবাৰীত পালন বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস ৷
চাপৰৰ উচ্ছেদিত পৰিয়ালে পাব মাটিৰ পট্টাঃ অশোক কুমাৰ সিংহী
চাপৰৰ আৰেয়াঝাৰৰ উচ্ছেদিত পৰিয়ালক প্ৰদান কৰা হ'ব ভূমি । 2001 চনৰ ভোটাৰ তালিকাত নাম থকা সকলো উচ্ছেদিত পৰিয়ালে লাভ কৰিব মাটিৰ পট্টা ৷ বুধবাৰে পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী উপস্থিত হৈ এই মন্তব্য প্ৰদান কৰিলে ৷
ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ'ল ৰাফেল যুদ্ধ বিমান
ভাৰতীয় বায়ুসেনাক প্ৰদান কৰা হ'ল ৰাফেল যুদ্ধ বিমান ৷ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য , "ভাৰতীয় বায়ুসেনাত ৰাফেলৰ অন্তৰ্ভুক্তি সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ বাৰ্তা ; বিশেষকৈ আমাৰ দেশৰ সাৰ্বভৌমত্বত চকু দিয়া সকলৰ বাবে ই এক কঠোৰ বাৰ্তা ৷"
থৰ দুৰৱস্থাৰ বাবে নৰক যন্ত্ৰণাৰ সন্মুখীন উত্তৰ অভয়াপুৰীবাসী
উত্তৰ অভয়াপুৰীৰ কীৰ্তনপাৰা-চাকলা সংযোগী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ । পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ তথা জন প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ অঞ্চলবাসীৰ ৷