নিউজ ডেস্ক, ৬ জুনঃ দিল্লীৰ নায়ক ভৱনৰ এনফৰ্ছমেন্ট ডাইৰেক্টৰেট কাৰ্যালয়ৰ পাঁচজন ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণা ভাইৰাছ । যাৰ বাবে কাৰ্যালয়তো ছেনিটাইনজ কৰি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে বুলি জানিবলৈ দিয়ে প্ৰশাসনে ।
COVID-19 ত আক্ৰান্ত এনফৰ্ছমেন্ট ডাইৰেক্টৰেট কাৰ্যালয়ৰ পাঁচ কৰ্মচাৰী - COVID-19 ত আক্ৰান্ত এনফৰ্ছমেন্ট ডাইৰেক্টৰেট কাৰ্যালয়ৰ পাঁচ কৰ্মচাৰী
দিল্লীৰ খান বজাৰৰ নায়ক ভৱনস্থিত এনফৰ্ছমেন্ট ডাইৰেক্টৰেট কাৰ্যালয়ৰ পাঁচজন ব্য়ক্তিৰ দেহত ধৰা পৰে COVID-19 ৰ উপস্থিতি । যাৰ বাবে কাৰ্যালয়টো বন্ধ কৰি দিয়ে বুলি জানিবলৈ দিয়ে দিল্লী প্ৰশাসনে ।
COVID-19 ত আক্ৰান্ত এনফৰ্ছমেন্ট ডাইৰেক্টৰেট কাৰ্যালয়ৰ পাঁচ কৰ্মচাৰী
আনহাতে,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ অনুসৰি,দিল্লীত বৰ্তমান পৰ্যন্ত ২৬,৩৩৪ জন লোকৰ দেহত ধৰা পৰে মহামাৰী COVID-19ৰ উপস্থিতি । আনহাতে,বিগত ২৪ ঘণ্টাত মহামাৰী কৰ'ণাত ৯,৮৮৭ জন লোক আক্ৰান্ত হৈছে বুলি সদৰী কৰে । তাৰোপৰি ২,৩৬,৬৫৭ জন কৰ'ণা আক্ৰান্ত সংখ্যা ৰোগীৰ সৈতে ভাৰত বিশ্বৰ ভিতৰত ষষ্ঠ দেশ হিচাপে পৰিগণিত হৈছে ।