অসম

assam

ETV Bharat / bharat

আজি চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন

দেশৰ 9 খন ৰাজ্যৰ 71 টা লোকসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷

By

Published : Apr 29, 2019, 2:27 AM IST

Updated : Apr 29, 2019, 5:43 PM IST

আজি চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন

নতুন দিল্লী, 29 এপ্ৰিলঃ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহ হৈছেঃ

মহাৰাষ্ট্ৰ-17 খন আসন, ৰাজস্থান- 13 খন আসন, উত্তৰ প্ৰদেশ- 13 খন আসন, পশ্চিম বংগ- 8 খন আসন, মধ্যপ্ৰদেশ- 6 খন আসন, ওড়িশা- 6 খন আসন, বিহাৰ- 5 খন আসন, ঝাৰখণ্ড- 3 খন আসন, জম্মু-কাশ্মীৰ- 1 খন আসন৷

ইতিমধ্যে সমাপ্ত হোৱা তিনিটা পৰ্যায়ৰ নিৰ্বাচনে সাঙুৰি লৈছে দেশৰ 302 টাকৈ লোকসভা সমষ্টিক৷ বাকী থকা তিনিটা পৰ্যায়ত 168 টা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন৷

চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব 943 জন প্ৰাৰ্থীৰ ৷ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বিজেপিৰ হেভীৱেট প্ৰাৰ্থীসমূহ হৈছে- কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, সুভাষ ভামৰে, এচ এচ আহলুৱালিয়া, বাবুল সুপ্ৰিঅ ৷ কংগ্ৰেছৰ হেভীৱেট প্ৰাৰ্থী সমূহ হৈছে- প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চলমান খুৰ্চিদ, আধিৰ ৰঞ্জন চৌধুৰী ৷

আন আন উল্লেখনীয় প্ৰাৰ্থী সমূহৰ ভিতৰত আছে চিপিআই প্ৰাৰ্থী কনহাইয়া কুমাৰ, বিজেপিৰ প্ৰাৰ্থী বয়জয়ন্ত পাণ্ডা, কংগ্ৰেছৰ প্ৰাৰ্থী উৰ্মিলা মাটোণ্ডকাৰো ৷

Last Updated : Apr 29, 2019, 5:43 PM IST

ABOUT THE AUTHOR

...view details