চণ্ডিগড়, 24 মে' : লোকসভা নিৰ্বাচনত কেৱল হাৰিয়ানাতে 41 হাজাৰতকৈ অধিক ভোট ন'টাত ৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ 0.68 শতাংশ ন'টাত ভোট দান কৰে ভোটাৰে ৷ ৰাজ্যখনৰ আম্বালাত সৰ্বাধিক 7,943 টা আৰু ভীৱানী মহেন্দ্ৰগড়ত সৰ্বনিম্ন 2,041 টা ভোট ন'টাত দিয়ে ভোটাৰে ৷
যোগ্য প্ৰাৰ্থীৰ অভাৱ ? হাৰিয়ানাত 41,781 টা ন'টা ভোট - লোকসভা নিৰ্বাচন
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ 0.68 শতাংশ ন'টাত ভোট দান কৰে ভোটাৰে ৷ ৰাজ্যখনৰ আম্বালাত সৰ্বাধিক 7,943 টা আৰু ভীৱানী মহেন্দ্ৰগড়ত 2,041 টা ভোট ন'টাত ৷

NOTA