নিউজ ডেস্ক ,৩ জুনঃবুধবাৰে পুৱা ৭বাজি ১০ মিনিটত ৪.৩ ৰিখটাৰ স্কেলৰ প্ৰাবল্য ভূমিকম্পই জোকাৰি যায় ভাৰত বাংলা সীমান্তত । বতমানলৈ কোনো ক্ষয় ক্ষতিৰ তথ্য প্ৰকাশ পোৱা নাই চৰকাৰী তথ্যত ।
ভূমিকম্পই জোকাৰিলে ভাৰত বাংলা সীমান্ত - ৪.৩ ৰিখটাৰ স্কেল
বুধবাৰে ভাৰত বাংলা সীমান্তত ৪.৩ ৰিখতাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায় অৱশ্যে কোনো ক্ষয় ক্ষতিৰ বাতৰি পোৱা নাই ।
![ভূমিকম্পই জোকাৰিলে ভাৰত বাংলা সীমান্ত erathquake at india bangladesh border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-02:27-7455156-ear.jpg)
ভূমিকম্পই জোকাৰিলে ভাৰত বাংলা সীমান্ত
মেঘালয়ত ভূমিকম্পৰ প্ৰভাৱ পৰে যদিও ইয়াৰ ফলত একো ক্ষতি হোৱা নাই বুলি জনায় ৰাজ্যখনত আৰক্ষী বিষয়া এগৰাকীয়ে।
লগতে চাওকঃ চৰকাৰে নিশ্চিত কৰক ভাৰতত চীনা সেনা প্ৰৱেশ কৰিছে নে নাই!