নিউজ ডেস্ক, ১ জুলাইঃ তামিলনাডুৰ কডৰোৰ জিলাৰ নৈভেলী লিগনাইট প্লাণ্ট ( Neyveli lignite plant)ত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণৰ ফলত ৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৭ গৰাকীকৈ লোক আহত হোৱাৰ খৱৰ পোৱা গৈছে।
তামিলনাডুত বিস্ফোৰণঃ ৪ জন নিহত, ১৭ গৰাকী আহত - নৈভেলী লিগনাইট প্লাণ্ট
তামিলনাডুত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণৰ ফলত ৪ জন নিহত, ১৭ গৰাকী আহত হয়। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হয়।
4 dead, 17 injured as boiler explodes in Tamil Nadu
নৈভেলী লিগনাইট কোৰপ'ৰেশ্বনত ২নং স্তৰৰ এই বিস্ফোৰণ সংঘটিত হয়। প্ৰথম অৱস্থাত ২ গৰাকী লোকৰ মৃত্যু হৈছিল যদিও পাছত মুঠ ৪ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আহতসকলক এনএলচি লিগনাইট হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
লগতে চাওকঃ নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিবলৈ কিহে উচতালে ?