অসম

assam

ETV Bharat / bharat

গুজৰাটত খহি পৰিল তিনিমহলীয়া অট্ৰালিকা - Gujarat's Nadiad

গুজৰাটৰ খেদা জিলাত এটা তিনিমহলীয়া অট্টালিকা খহি পৰাত আৱদ্ধ হয় কেইবাগৰাকীও লোক ৷ আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৷

etv bharat

By

Published : Aug 10, 2019, 8:01 AM IST

  • গুজৰাটৰ খেদা জিলাৰ নদীয়াদত খহি পৰিল তিনিমহলীয়া অট্টালিকা ৷
  • বৰ্তমানেও আৱদ্ধ হৈ আছে বহু কেইগৰাকী লোক ৷
  • শুকুৰবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা ৷
  • আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে অব্যাহত আছে অভিযান ৷

ABOUT THE AUTHOR

...view details