অসম

assam

By

Published : Apr 15, 2020, 9:16 PM IST

ETV Bharat / bharat

মুম্বাইত নাও দুৰ্ঘটনা,সন্ধানহীন তিনি

মুম্বাইৰ মধ জেঠীত বুধবাৰে সংঘটিত হয় নাও দুৰ্ঘটনা । দুৰ্ঘটনাগ্ৰস্ত নাওখনত সাতজনকৈ ব্যক্তিৰ ৪ জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানেও সন্ধানহীন হৈ আছে আন তিনিজন ব্যক্তি ।

নাওঁ দুৰ্ঘটনা
মুম্বাইত নাওঁ দুৰ্ঘটনা, সন্ধানহীন তিনি

নিউজ ডেস্ক, ১৫ এপ্ৰিলঃ বুধবাৰে মুম্বাইৰ মধ জেঠীৰ সংঘটিত নাও দুৰ্ঘটনা । দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ পৰা সন্ধানহীন হয় তিনিজনকৈ ব্যক্তি । বুধবাৰে প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাগ্ৰস্ত নাও খনত সাতজনকৈ ব্যক্তি থকা বুলি সদৰী কৰে প্ৰত্যক্ষদৰ্শীয়ে ।

মুম্বাইত নাওঁ দুৰ্ঘটনা, সন্ধানহীন তিনি

ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষী সহিতে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় নাও খনত থকা চাৰিজন ব্যক্তিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমান পৰ্যন্ত সন্ধানহীন হৈ আছে আন তিনিজন ব্যক্তি ।

লগতে চাওকঃ কৰ’ণা সন্ত্ৰাসঃ অৰ্থসংকটত নলবাৰীৰ জাপি নিৰ্মাণকাৰী শিল্পী

ABOUT THE AUTHOR

...view details