অসম

assam

ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশত জাহাজঘাটত অঘটন - কীনদা জাহাজঘাটত থকা এখন নাৱত অগ্নিকাণ্ড

অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰী জিলাৰ কাকীনদা জাহাজঘাটত থকা এখন নাৱত অগ্নিকাণ্ড সংঘটিত ।

অন্ধ্ৰ প্ৰদেশত জাহাজঘাটত অঘটন
অন্ধ্ৰ প্ৰদেশত জাহাজঘাটত অঘটন

By

Published : Jan 22, 2021, 10:49 PM IST

নিউজ ডেস্ক, ২২ জানুৱাৰী: অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰী জিলাত অঘটন । জিলাখনৰ কাকীনদা জাহাজঘাটত থকা এখন নাৱত অগ্নিকাণ্ড । ফলত আহত হয় তিনিজন মাছমৰীয়া ।

ঘটনা অনুসৰি, মাছমৰীয়া কেইজনে দুপৰীয়া নাওখনত ডিজেল ভৰাওতে এই অগ্নিকাণ্ড সংঘটিত হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে মাছমৰীয়া কেইজনে নাৱত থকা ৰচীৰে প্ৰাণ বচাবলৈ চেষ্টা কৰাত কথমপি ৰক্ষা পৰে ।

অন্ধ্ৰ প্ৰদেশত জাহাজঘাটত অঘটন

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি ঘটনাস্থলীত উপস্থিত হয় । আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক:নাবালক পুত্ৰক যৌন নিৰ্যাতনৰ অভিযুক্ত মাতৃৰ জামিন মঞ্জুৰ

ABOUT THE AUTHOR

...view details