নিউজ ডেস্ক, 29 মাৰ্চ : জম্মু-কাশ্মীৰৰ বুডগামত সেনাৰ গুলীত নিহত দুজনকৈ সন্ত্ৰাসবাদী ৷ বুডগামৰ চুষ্টুত হোৱা নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত নিহত হৈছে সন্ত্ৰাসবাদী দুজন ৷
জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী - ইটিভি অসম
বৰ্তমানেও অব্যাহত সংঘৰ্ষ ৷

etv bharat
সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় 50 নং ৰাষ্ট্ৰীয় ৰাইফল্চৰ চাৰিজনকৈ জোৱানো ৷ বৰ্তমানেও সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰবাহিনীৰ মাজত অব্যাহত আছে সংঘৰ্ষ ৷