অসম

assam

ETV Bharat / bharat

আছাম ৰাইফলছৰ অভিযান : দুজন NSCN কেডাৰ আটক - অসম ৰাইফলছ

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত আছাম ৰাইফলছৰ অভিযান ৷ অভিযানত আটক দুজন NSCN কেডাৰ ৷

দুজন NSCN কেদাৰ আটক

By

Published : Aug 4, 2019, 11:09 PM IST

Updated : Aug 5, 2019, 12:32 PM IST

নিউজ ডেস্ক, 4 আগষ্ট :

  • অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত আছাম ৰাইফলছৰ অভিযান
  • অভিযানত বৰ্তমানলৈকে আটক দুজন NSCN কেডাৰ
  • NSCN শিবিৰ উৎখাত আছাম ৰাইফলছৰ
  • 10 জনকৈ অস্ত্ৰধাৰী কেডাৰ চাংলাঙৰ কাৰছাঙত লুকাই থকাৰ আশংকা
  • অতিৰিক্ত সৈন্য প্ৰেৰণৰ আহ্বান আছাম ৰাইফলছৰ
  • নিশা ভ্ৰমণ কৰিব পৰাকৈ হেলিকপ্তাৰ সাজু
Last Updated : Aug 5, 2019, 12:32 PM IST

ABOUT THE AUTHOR

...view details