অসম

assam

ETV Bharat / bharat

কাশ্মীৰত হোৱা সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী - সন্ত্ৰাসবাদী থকাৰ খৱৰ

অঞ্চলটোত সন্ত্ৰাসবাদী থকাৰ খবৰ লাভ কৰে আৰক্ষীয়ে। তাৰ পাচতেই আৰম্ভ কৰে অনুসন্ধান অভিযান।

কাশ্মীৰত হোৱা সংঘৰ্ষত নিহত দুগৰাকী সন্ত্ৰাসবাদী
কাশ্মীৰত হোৱা সংঘৰ্ষত নিহত দুগৰাকী সন্ত্ৰাসবাদীকাশ্মীৰত হোৱা সংঘৰ্ষত নিহত দুগৰাকী সন্ত্ৰাসবাদী

By

Published : Jun 2, 2020, 5:09 PM IST

Updated : Jun 2, 2020, 7:35 PM IST

নিউজ ডেস্ক, 2 জুনঃ মঙলবাৰে কাশ্মীৰৰ পলুৱামা জিলাত সন্ত্ৰাসবাদী-সেনাৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় তিনি সন্ত্ৰাসবাদী । পুলুৱামাৰ ছাইম'হ জিলাত সেনা-আৰক্ষীয়ে চলোৱা অনুসন্ধান অভিযানৰ সময়ত এই সংঘৰ্ষৰ সৃষ্টি হয়। আৰক্ষীয়ে অৱগত কৰে এই কথা ।

ইটিভি ভাৰতৰ সৈতে কাশ্মীৰ আৰক্ষীৰ মহা পৰিদৰ্শক বিজয় কুমাৰে প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে উক্ত অঞ্চলটোত সন্ত্ৰাসবাদী থকাৰ খবৰ লাভ কৰে । তাৰ পাচতেই আৰক্ষীয়ে সুৰক্ষা বাহিনীৰ সৈতে অঞ্চলটোত অনুসন্ধান অভিযান চলাই,য'ত সূত্ৰপাত হয় সংঘৰ্ষৰ। নিহত হোৱা সন্ত্ৰাসবাদী কেইজনৰ কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে। ঘটনাৰ পাচতে অঞ্চলটোত কৰ্তন কৰা হৈছে ইন্টাৰনেট ।

লগতে চাওকঃ কলিয়াবৰত প্ৰথমজন Covid 19 ত আক্ৰান্ত ৰোগী

Last Updated : Jun 2, 2020, 7:35 PM IST

ABOUT THE AUTHOR

...view details