অসম

assam

ETV Bharat / bharat

গোৰখপুৰত অপহৰণৰ কেইঘণ্টামান পাচতে হত্যা এটি শিশু - উত্তৰ প্ৰদেশ

সোমবাৰে উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ পিপৰাইৰ অঞ্চলৰ জংঘলত উদ্ধাৰ এটি শিশুৰ মৃতদেহ । ২৬ জুলাইত শিশুটোক অপৰহৰণ কৰি পৰিয়ালৰ লোকক ১ কোটি টকা দাবী কৰিছিল যদিও সোমবাৰে শিশুটোক হত্যা কৰি পেলাই থৈ যায় জংঘলত ।

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশ

By

Published : Jul 28, 2020, 5:18 PM IST

নিউজ ডেস্ক, ২৮ জুলাইঃউত্তৰ প্ৰদেশৰ গোৰখপুৰৰ পিপৰাইৰ অঞ্চলৰ পৰা ২৬ জুলাইত অপহৰণ হয় এটি ষষ্ট শ্ৰেণীৰ ছাত্ৰ। অপহৰণ কৰা কিছু সময় পাচতে অপহৰণকাৰী দলে ছাত্ৰজনৰ পৰিয়ালৰ পৰা দাবী কৰে ১ কোটি টকা । কিন্তু সোমবাৰে ১৪ বছৰীয়া ছাত্ৰজনৰ মৃতদেহ জংঘলত উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

গোৰখপুৰত অপহৰণৰ কেইঘণ্টামান পাচতে হত্যা এটি শিশু

গেলামাল তথা পান দোকানৰ মালিক মহাজন গুপ্তাৰ ১৪ বছৰীয়া পুত্ৰ ২৬ জুলাইত অপহৰণ কৰি হত্যা কৰি জংঘলত পেলাই থৈ যায়। আনহাতে,ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে ৫ জন অভিযুক্তক আটক কৰিছে । লগতে আন ২জন ব্যক্তিৰ সন্ধান চলাই থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

লগতে চাওকঃ ৰাজ্যত বানত নিহতৰ সংখ্যা 103 গৰাকীলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details