নেশ্বনেল ডেক্স, 16 ছেপ্তেম্বৰঃ উত্তৰ প্ৰদেশত বতাহ বৰষুণৰ লগতে হোৱা বজ্ৰপাতৰ কেইবাটাও পৃথক ঘটনাত মৃত্যু হৈছে 13 গৰাকী লোকৰ ৷
"বুধবাৰে ৰাজ্যখনত হোৱা বজ্ৰপাতৰ ঘটনাত গাজীপুৰত চাৰি গৰাকী, কাচম্বিত তিনিগৰাকীৰ, কুচি নগৰ আৰু চিত্ৰকূটত দুগৰাকীকৈ, যোনপুৰ আৰু চান্দাউলিত এগৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য সদৰি কৰে ৰিলিফ কমিচনাৰ সঞ্জয় গোৱেলে ৷
ঘটনা সন্দৰ্ভত ইতিমধ্যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সংশ্লিষ্ট জিলাৰ উপায়ুক্তক 4 লাখকৈ টকা প্ৰতিগৰাকী নিহতৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে আদায় দিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷