নিউজ ডেস্ক, 11 নৱেম্বৰ : দিল্লী বিশ্ববিদ্যালয়ত শিক্ষা বৰ্ষ 2020-21 ৰ বাবে নামভৰ্ত্তি প্ৰক্ৰিয়া অব্যাহত আছে ৷ তাতে স্নাতক পাঠ্যক্ৰমত পঞ্চম কাটঅফৰ আধাৰত প্ৰায় 70 হাজাৰ ছিটৰ 67 হাজাৰতকৈও অধিক শিক্ষাৰ্থীয়ে নামভৰ্ত্তি ইতিমধ্যে কৰিছে ৷
দিল্লী বিশ্ববিদ্যালয়ত 67 হাজাৰে কৰিলে নামভৰ্ত্তিঃ আজি নামভৰ্ত্তিৰ অন্তিম তাৰিখ - ইচ্ছুক ছাত্ৰ-ছাত্ৰী
পঞ্চম কাটঅফৰ আধাৰত নামভৰ্ত্তি কৰাৰ আজি অৰ্থাৎ 11 নৱেম্বৰ অন্তিম তাৰিখ ৷ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে বুধবাৰে বিয়লি পাঁচ বজালৈকে নামভৰ্ত্তি কৰিব পাৰে ৷ ইয়াৰ ওপৰি মাচুল জমা কৰাৰ বাবে শিক্ষাৰ্থীৰ ওচৰত 13 নৱেম্বৰৰ নিশা 11:59 লৈকে সুবিধা কৰি দিয়া হৈছে ৷
![দিল্লী বিশ্ববিদ্যালয়ত 67 হাজাৰে কৰিলে নামভৰ্ত্তিঃ আজি নামভৰ্ত্তিৰ অন্তিম তাৰিখ 11-november-last-date-foradmission-in-delhi-university](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9506279-thumbnail-3x2-delhiu.jpg)
দিল্লী বিশ্ববিদ্যালয়ত 67 হাজাৰে কৰিলে নামভৰ্ত্তি, আজি নামভৰ্ত্তিৰ অন্তিম তাৰিখ
আনহাতে পঞ্চম কাটঅফৰ আধাৰত নামভৰ্ত্তি কৰাৰ আজি অৰ্থাৎ 11 নৱেম্বৰ অন্তিম তাৰিখ ৷ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে বুধবাৰে বিয়লি পাঁচ বজালৈকে নামভৰ্ত্তি কৰিব পাৰে ৷ ইয়াৰ ওপৰি মাচুল জমা কৰাৰ বাবে শিক্ষাৰ্থী সকলৰ বাবে 13 নৱেম্বৰৰ নিশা 11:59 লৈকে সুবিধা কৰি দিয়া হৈছে ৷
লগতে পঢ়ক: আজি ভোমোৰাগুৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্য্যটকৰ বাবে মুকলি কৰা হ’ব ৰিভাৰ টুৰিজিম
Last Updated : Nov 11, 2020, 4:01 AM IST