নিউজ ডেস্ক, 8 জুলাইঃ দিল্লীত বৃদ্ধি পোৱা COVID আক্ৰান্তৰ সংখ্যাৰ বাবে হ্ৰাস পাইছিল চিকিৎসালয়ত বিছনাৰ সংখ্যা । সেয়ে সুৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই 1000 খন বিছনাৰ সুবিধা কৰি দিয়ে । চৰ্দাৰ বল্লবভাই পেটেল COVID হাস্পতালত মুকলি কৰে বিছনা কেইখন ।
উল্লেখ্য যে, DRDO-ই দিল্লীত COVID চিকিৎসাৰ বাবে অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰিছে । য'ত 250 খন ICU বিছনা সহিতে মুঠ 1000 খন বিছনা থাকিব।