অসম

assam

ETV Bharat / bharat

বিজয়ৱাডাৰ এখন গো-শালাত 100 টা গৰুৰ মৃত্যু

বিজয়ৱাডাৰ এখন গৌশালাত অসুস্থ হৈ পৰিছে বহুসংখ্যক গৰু ৷ ইয়াৰে 100 টা গৰুৰ মৃত্যু হয় আৰু প্ৰাণৰ বাবে যুজিছে আন বহু কেইটা গৰুৱে ৷

বিজয়ৱাডাৰ এখন গৌশালাত 100 টা গৰুৰ মৃত্যু

By

Published : Aug 10, 2019, 5:54 PM IST

নিউজ ডেস্ক. 10 আগষ্টঃ শুকোৰবাৰে নিশা দানা খোৱাৰ পিছতে বিজয়ৱাডাৰ এখন গৌশালাত অসুস্থ হৈ পৰে গৰু ৷ ইয়াৰে 100 টা গৰুৰ মৃত্যু হয় আৰু প্ৰাণৰ বাবে যুজিছে আন বহু কেইটা গৰুৱে ৷ বিজয়ৱাডাৰ গৌ সমৰক্ষণ সমিতিৰ স্বৰ্তাধীন গৌশালা খনত খাদ্য বিষক্ৰিয়া হোৱা বুলি ধাৰমা কৰা হৈছে ৷ গৌশালা কৰ্তিপক্ষয়ে কোনো লোকে ষৰযন্ত্ৰ কৰা বুলি সন্দেহ কৰিছে ৷

ABOUT THE AUTHOR

...view details