ধেমাজিত কিছু উন্নত হৈছে বান পৰিস্থিতি
বান কমিলেও জীয়াঢলৰ পাশ্বৱৰ্তী গাওঁসমুহত আঁতৰা নাই দুৰ্যোগ ৷ বছৰটোত জীয়াঢলে বাৰে বাৰে জুৰুলা কৰাৰ পিছত আগন্তুক দিনক লৈ চিন্তিত হৈ পৰিছে স্থানীয় লোক সকল ৷
কৰিমগঞ্জত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
শুকুৰবাৰে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে সৰৱ হ'ল ৰাতাবাৰী সমষ্টিৰ পাঠাখাউৰি পঞ্চায়তৰ অন্তৰ্গত বাসিন্দা সকল ৷ ক্ষোভিত ৰাইজে পঞ্চায়তৰ সভাপতি ইছলাম উদ্দিন আৰু সচিব উজ্জ্বল চক্ৰৱৰ্তীৰ বিৰুদ্ধে উত্থাপন কৰিছে চতুৰ্দশ বিত্তীয় কমিছনৰ ধন আত্মসাতৰ অভিযোগ ৷
ঠিকাদাৰৰ গাফিলতিৰ বাবে নগাঁৱত যুৱকৰ মৃত্য়ু
ঠিকাদাৰৰ চূড়ান্ত গাফিলতিৰ বাবেই নগাঁৱত এগৰাকী যুৱকে মৃত্যুক সাৱটিবলগীয়া হয় ৷ ৰাইজৰ অভিযোগ অনুসৰি, কোনো সতৰ্কতামূলক ব'ৰ্ড কিম্বা বেৰিকেড নলগোৱাকৈয়ে দলং নিৰ্মাণৰ বাবে খন্দা গাত উন্মুক্তভাৱে ৰাখিছে কৰ্তৃপক্ষই ৷ যাৰ বাবে সেই গাতত পৰি মৃত্য়ুক সাৱটি লয় এগৰাকী যুৱকে ৷
টুইটাৰযোগে কংগণাক আক্ৰমণ ছবি নিৰ্মাতা অনুৰাগ কাশ্যপৰ
টুইটাৰত অভিনেত্ৰী কংগণা ৰাণাৱট আৰু বলিউড ছবি নিৰ্মাতা অনুৰাগ কাশ্যপৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ ৷ কংগণাক লৈ ব্যংগাত্মক ঠাট্টা-মস্কৰা অনুৰাগ কাশ্যপৰ ৷
ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্য়াই অতিক্ৰম কৰিলে 52 লক্ষাধিক
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ 96,424 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷