নেশ্যনেল ডেস্ক, 25 জানুৱাৰী: মোহালীৰ এজন বায়ু সেনা বাহিনীৰ অৱসৰ প্ৰাপ্ত জোৱান ৷ যিয়ে ভাৰতীয় সেনা বাহিনীত যোগদান কৰাৰ পুৰ্বে বাংগালুৰুত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্ম জীৱনৰ পাতনি মেলিছিল ৷ সেই জোৱানজনে গণৰাজ্য দিৱসত উপস্থাপন কৰাৰ বাবে পিনাক মাল্টি লাঞ্চ ৰকেট চিষ্টেম সাজি উলিয়াইছে ৷
উল্লেখ্য যে,উন্নত বিজ্ঞান প্ৰযুক্তিৰে নিৰ্মাণ কৰা কেপ্টেইন ৱিভৰ গুলাটিৰ জৰিয়তে 37.5 কিলোমিটাৰ আতৰত থকা শত্ৰুক আক্ৰমণ কৰিব পৰাৰ লগতে ইয়াৰ নতুন সংস্কৰণৰ জৰিয়তে 90 কিলোমিটাৰ দূৰত্বলৈকে যুদ্ধ কৰিব পাৰিব ৷