কমলা এবিধ ৰসাল ফল য'ত ভিটামিন C আৰু বহুতো এন্টি অক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে । সেইবাবেই ই আপোনাৰ স্বাস্থ্যৰ লগতে চুলিকো পুষ্টি প্ৰদান কৰে । কমলা ব্যৱহাৰ কৰি চুলি সৰাৰ পৰা মুক্তি পাব পাৰি (Orange Hair Pack)। ইয়াৰ লগতে ই চুলিৰ বৃদ্ধিতো সহায় কৰে (orange peel for hair growth)।
সেয়ে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো কমলা হেয়াৰ পেক (orange juice benefits for skin)। কমলা হেয়াৰ পেক প্ৰয়োগ কৰিলে আপোনাৰ মূৰৰ ছালত ৰক্ত সঞ্চালন উন্নত হয়, যিয়ে আপোনাৰ চুলিক শক্তিশালী, ডাঠ আৰু চিকচিকিয়া কৰাত সহায়ক বুলি প্ৰমাণিত হয় ৷ ভিটামিন-চি, ভিটামিন ই, এন্টিঅক্সিডেন্ট আৰু অন্যান্য পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কমলা আমাৰ স্বাস্থ্যৰ লগতে ছালৰ বাবেও অতি উপকাৰী বুলি বিবেচিত হৈছে । কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে কমলাৰ ব্যৱহাৰে চুলিৰ উপকাৰ সাধন কৰিব পাৰে ?
যদি নাজানে, তেন্তে আপোনাক জনাই দিও যে কমলাৰ হেয়াৰ মাস্ক তৈয়াৰ কৰি আপুনি চুলিৰ সমস্যা দূৰ কৰিব পাৰে । ইয়াৰ ফলত আপোনাৰ চুলিবোৰ মজবুত, চিকচিকিয়া, উফিমুক্ত আৰু সুস্থ হৈ উঠে (orange juice benefits for skin) । গতিকে চুলিৰ বিভিন্ন সমস্যা দূৰ কৰিবলৈ সক্ষম কমলাৰ ব্যৱহাৰৰ বিষয়ে জানো আহক...